চৰাইদেউ জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত 'ত্ৰিৰংগা বিপণী'ৰ শুভ উদ্ধোধন কৰে ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই।