সোণাৰিত দিন দুপৰতে ডকাইতি হোৱাৰ অভিযোগ উত্থাপন হৈছে।সোণাৰি নগৰৰ মাজ মজিয়াত অচিনাক্ত দুৰ্বৃত্তই লুটিলে প্ৰায় ২৬ হাজাৰ টকা।সোণাৰিৰ ১৩ নং ৱাৰ্ডৰ সুশীল ক্ষেত্ৰপালৰ পৰা দুৰ্বৃত্তই প্ৰায় ২৬ হাজাৰ টকা ডকাইতিৰ অভিযোগ উত্থাপিত হৈছে।সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সোণাৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে সুশীল ক্ষেত্ৰপালে।উল্লেখযোগ্য যে নগদ ধন লৈ বজাৰ কৰিবলৈ যাওঁতেই দুৰ্বৃত্তই চাহত নিচাযুক্ত সামগ্ৰী মিহলাই ডকাইতি কৰে দুৰ্বৃত্তই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जमीनी विवाद में दो पक्ष आमने-सामने, जानलेवा हमले में एक पक्ष के चार लोग घायल, पुलिस ने किया केस दर्ज
बूंदी। जिले के तालेड़ा थाना क्षेत्र की ग्राम पंचायत बरूंधन के मीणा का झोपड़ा गांव में शनिवार सुबह...
Weather Update Today: इन राज्यों में घना कोहरा करेगा परेशान, दिल्ली से यूपी तक जानें मौसम का हाल
उत्तर पश्चिम भारत के राज्यों में 28 से 30 जनवरी के बीच बारिश की गतिविधियां देखने को मिल सकती हैं....
દાહોદમાં આયુષ મેળો અને આયુર્વેદિક નિદાન સારવાર કેમ્પ યોજાયો 2022 | Spark Today News
દાહોદમાં આયુષ મેળો અને આયુર્વેદિક નિદાન સારવાર કેમ્પ યોજાયો 2022 | Spark Today News
તળાજાના રાળગોન ગામે જુગાર રમતા કેટલા રોકડ રકમ સાથે ઝડપાયાં?જૂઓ
તળાજાના રાળગોન ગામે જુગાર રમતા કેટલા રોકડ રકમ સાથે ઝડપાયાં?જૂઓ