সোণাৰিত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত বিস্ফোৰক সামগ্ৰী উদ্ধাৰ। ৭ কাৰ্টুন বিস্ফোৰক সামগ্ৰী জব্দ কৰিছে আৰক্ষীয়ে ।বিস্ফোৰক সামগ্ৰীৰ সৈতে এগৰাকী নগা মহিলাক আটক কৰে নামতোলা আৰক্ষীয়ে।নগালেণ্ডৰ ভেৰি মিজো নামৰ মহিলাগৰাকীৰ পৰা জব্দ কৰা হৈছে বিস্ফোৰক সামগ্ৰী সমূহ।বিস্ফোৰক সামগ্ৰীসমূহ কঢ়িয়াই অনা অটো চালক আদাম তাঁতী আৰু অটোখন জব্দ কৰিছে আৰক্ষীয়ে। মন কৰিবলগীয়া যে গুৱাহাটীৰপৰা সোণাৰিলৈ এখন নৈশ বাছত আনি সোণাৰি আৰক্ষী থানাৰ সন্মূখত কেইবাঘণ্টা ধৰি ৰখাই থোৱাৰ পাছত নগালেণ্ডলৈ সৰবৰাহ কৰাৰ সময়তে বৃহস্পতিবাৰে উদ্ধাৰ কৰা হৈছিল সন্দেহযুক্ত বিস্ফোৰকখিনি। সম্প্ৰতি আটকাধীন লোককেইজনক সুধপোছ অব্যাহত ৰাখিছে সোণাৰি আৰক্ষীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मुंह पर गेट बंद, क्लास लगी तो तमतमाए निकले Canada के डिप्लोमेट, भारत का जवाब झेल पाएंगे Trudeau?
मुंह पर गेट बंद, क्लास लगी तो तमतमाए निकले Canada के डिप्लोमेट, भारत का जवाब झेल पाएंगे Trudeau?
India Maldives Relations: क्या भारत का विकल्प तलाश रहे हैं मालदीव के राष्ट्रपति Mohamed Muizzu (BBC)
India Maldives Relations: क्या भारत का विकल्प तलाश रहे हैं मालदीव के राष्ट्रपति Mohamed Muizzu (BBC)
નર્મદા ડેમ ઓવરફ્લોની નજીક, જળસ્તરમાં વધારો થતાં 23 દરવાજા ખોલવામાં આવ્યા
ઉપરવાસમાં ભારે વરસાદને પગલે નર્મદા ડેમના દરવાજા ખોલીને પાણી છોડવામાં આવી રહ્યું છે, જેમાં નર્મદા...