ৰজাবাৰী সমষ্টিত জয়লাভ কৰাৰ পাছতেই সমৰ্থকৰ সৈতে মাহমৰাৰ কোৰোকানিত নাচিলে বিজেপিৰ প্ৰাৰ্থী ভৈৰৱ দেউৰীয়ে।৭নং ৰজাবাৰী পৰিষদীয় সমষ্টিত ভৈৰৱ দেউৰীৰ জয়লাভ।দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ আজি ঘোষিত নিৰ্বাচনৰ ফলাফল অনুসৰি ৭ নম্বৰ ৰজাবাৰী পৰিষদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ভৈৰৱ দেউৰীয়ে জয় লাভ কৰিছে।তেওঁৰ জয় লাভে প্ৰাৰ্থী গৰাকীৰ নিজা গাওঁ কোৰোকানি দেউৰী গাঁৱত এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয়।উল্লেখ্য যে বিজেপি প্ৰাৰ্থী গৰাকীয়ে ৯৭০ টা ভোট লাভ কৰাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী বৈকুন্ঠ দেউৰীয়ে ৪১৭ আৰু অসম জাতীয় পৰিষদৰ দীপাঞ্জল দেউৰীয়ে ১১৭ টা ভোট লাভ কৰে।আনহাতে ,জয়লাভৰ পাছত দেউৰীয়ে জনসাধাৰণে চৰকাৰৰ কল্যাণকামী কামৰ বাবেই বিজেপিক ভোটদান কৰে বুলি মন্তব্য কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত ৰক্তদান শিৱিৰ
আজি নাজিৰা মহকুমাৰ গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত ৰক্তদান শিবিৰ সম্পন্ন ।...
पूर्व सांसद को अदालत ने क्या सजा दिया देखे रिपोर्ट में।
जनपद जौनपुर के पूर्व सांसद को अदालत ने क्या सजा दिया।सूत्रो से जानकारी के मुताबिक पूर्व सांसद...
निर्माणाधीन सड़क के लिए मिट्टी लेकर जा रहा ट्रक 100 फीट खाई में गिरा चालक की मौत
बूंदी जिले के रायथल थाना क्षेत्र के खटकड़ नैनवां मार्ग पर मिट्टी से भरा हुआ एक ट्रक अचानक खाई में...
..... आणि अचानक गाडीत शिरली वाघीण, पुढं तीने...... । Viral Video । Hpn Marathi News
..... आणि अचानक गाडीत शिरली वाघीण, पुढं तीने...... । Viral Video । Hpn Marathi News
ಮನೆ ನಿರೀಕ್ಷೆಯಲ್ಲಿದ್ದವರಿಗೆ ಗುಡ್ ನ್ಯೂಸ್: ಗೃಹಮಂಡಳಿ ಬಡಾವನೆಗಳಲ್ಲಿ ಬಲ್ಕ್ ಅಲಾಟ್ ಮೆಂಟ್ ಗೆ ಕ್ರಮ
ಬೆಂಗಳೂರು : ಕರ್ನಾಟಕ ಗೃಹ ಮಂಡಳಿ ಯೋಜನೆ ಗಳಲ್ಲಿ ಜಮೀನು ವ್ಯಾಜ್ಯ ಬಗೆಹರಿಸಿ ಕಾಮಗಾರಿ ತ್ವರಿತ ಗೊಳಿಸಲು ಲೋಕ್...