মঙলদৈ ভেবাৰঘাট ইছলামপুৰ হৈ নগৰবাহী সংযোগী পথত সঘনাই দুৰ্ঘটনা ৷পথৰ ওপৰত থকা বৈদ্যুতিক আৰু ফোনৰ খুটাৰ বাবে সংঘটিত হয় দুৰ্ঘটনা৷ কৰ্তৃপক্ষৰ হেমাহিৰ বাবে মৃত্যুক আকোৱালী লবলগীয়া হৈছে পথচাৰীয়ে৷ মঙলদৈ ভেবাৰঘাট ইছলামপুৰ হৈ নগৰবাহী সংযোগী পথৰ প্ৰায় মাজতে থকা কেইবাটাও বৈদ্যুতিক আৰু ফোনৰ খুটাৰ বাবে সঘনে সংঘটিত হয় দুৰ্ঘটনা৷ পথ নিৰ্মাণৰ ঠিকাদাৰ, PWD, কিম্বা বৈদ্যুতিক বিভাগে নলয় দায়িত্ব৷ পথ নিৰ্মাণৰ ঠিকাদাৰ, PWD, কিম্বা বৈদ্যুতিক বিভাগৰ অৰিয়াঅৰিত প্ৰান হেৰুৱাবলগীয়া হৈছে বহুতে৷ স্থানীয় লোকে জিলা প্ৰশাসনৰ জৰিয়তে খুটা সমুহ আতৰাবলৈ আহ্বান জনালে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Cancer का खतरा बढ़ाता है मोटापा, ताजा स्टडी में हुआ चौंकाने वाला खुलासा
इन दिनों मोटापा तेजी से लोगों का अपना शिकार बना रहा है। सेडेंटरी लाइफस्टाइल की वजह कई लोग बढ़ते...
চিচিবৰগাঁৱত জোনাই জিলা চুতীয়া জাতি সন্মিলনৰ কাৰ্য্যকৰী সভা, কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ
চিচিবৰগাঁৱত জোনাই জিলা চুতীয়া জাতি সন্মিলনৰ কাৰ্য্যকৰী সভা, কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ...
મહિલા મહાવિદ્યાલય ખાતે વાર્ષીક રમતોત્સવ ની ઉજવણી કરાઈ
મહિલા મહાવિદ્યાલય વડોદરામાં વાર્ષિક રમતોત્સવની ઉત્સાભેર ઉજવણી કરવામાં આવી.
મહિલા મહાવિદ્યાલય,...
राजस्थान में चार साल बाद ये पुरानी व्यवस्था बहाल, भजनलाल सरकार ने लिया बड़ा फैसला
अब कृषि उपज मण्डी यार्ड के बाहर क्षेत्र में कृषि जिंसों का कारोबार करने पर मण्डी शुल्क वसूला...
Madhya Pradesh की Deputy Collector Nisha Bangre ने छुट्टी ना मिलने पर आखिर क्यों दिया इस्तीफा!
Madhya Pradesh की Deputy Collector Nisha Bangre ने छुट्टी ना मिलने पर आखिर क्यों दिया इस्तीफा!