মৰিয়নীৰ দিহিঙ্গীয়াপাৰ চাহবাগিচাত নিশা শিশু শ্ৰমিক নিয়োগৰ অভিযোগ ।। নিশা টৰ্চ লাইটৰ পোহৰত বাগিচাত পাত তুলিবলৈ দিয়ে শিশু শ্ৰমিকক ।। বাগিচাখনৰ ১৪নং section ত পাত তুলি তথা অৱস্থাত প্রত্যক্ষ শিশু শ্ৰমিকক ।।