ৰঙিয়া মহকুমাৰ ধুহি নিউ ষ্টাৰ ক্লাৱৰ উদ্যোগত আয়োজিত ফুটচাল প্ৰাইজমাণী ফুটবল প্ৰতিযোগিতাৰ কালি নিশা সামৰণি পৰে৷পোন প্ৰথমবাৰৰ বাবে আয়োজিত উক্ত খেলত এইবেলি মুঠ ২৮ টা দলে যোগদান কৰিছিল৷চমুখা আঞ্চলিক হাইস্কুল খেলপথাৰত কেইবাদিনো ধৰি অব্যাহত থকা খেলৰ কালি চুড়ান্ত আৰু অৰ্ধচুড়ান্ত খেলৰ কালি নিশা সামৰণি পৰে৷দিবানৈশ উক্ত ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেলখন কমাৰকুছি চিক্স ব্ৰাদাৰ্চৰ ক্লাব আৰু জাপিয়া এফ চিৰ মাজত অনুষ্ঠিত হয়৷খেলখনৰ দুয়োটা অৰ্ধই অমীমাংসিত ভাবে সমাপ্ত হোৱাত ট্ৰাইবেকাৰ পদ্ধতিত জাপিয়া দল ২-১ গলত বিজয়ী হয়৷খেলৰ অন্তত দুয়োদলৰ খেলুৱৈ সকলক বটাঁ বিতৰণ কৰে৷খেলত কেইবাজনো আমন্ত্ৰিত অতিথিয়ে অংশগ্ৰহণ কৰে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાજકોટ : ગો બેક મોદીના સૂત્રો વાળા પોસ્ટર...!
રાજકોટ : ગો બેક મોદીના સૂત્રો વાળા પોસ્ટર...!
कांग्रेसी नेता ने PM मोदी से लगाई गुहार, मदद करिए… नहीं तो उठानी पड़ेगी दिक्कत
हिमाचल प्रदेश में बीते कुछ समय से हो रही भारी बारिश के कारण जानमाल का नुकसान हुआ है। बीते दिनों...
'White Gold' कहे जाने वाले lithium के लिए China के इस कदम से दुनिया में बढ़ रहा है तनाव (BBC Hindi)
'White Gold' कहे जाने वाले lithium के लिए China के इस कदम से दुनिया में बढ़ रहा है तनाव (BBC Hindi)
Vidyadhan Scholarship for higher education is open now for Karnataka Students who passed SSLC in 2023
Vidyadhan Scholarship for higher education is open now for Karnataka Students who passed SSLC in...