চৰাইদেউ জিলাৰ সোণাৰিৰ মাজ মজিয়াত অৱস্থিত এই হৰি সভা মন্দিৰ হৈছে অতিকৈ পুৰণি মন্দিৰ। ১৯২৪ চনতেই স্থাপিত কৰিছিল এই হৰি সভা মন্দিৰ। উল্লেখযোগ্য যে এই মদন মোহন মন্দিৰ ভাগত বিগত বৰ্ষত বিভিন্ন ধৰণৰ ক'লা কৌশলৰ দ্বাৰা নাটক যাত্ৰা আদি কৰি অসমৰ স্বনামধন্য পৰাগধৰ চলিহা, ইন্দিৰা পি পি বৰুৱাৰ পৰিচালনাৰ নিজেই অভিনয় কৰি দৰ্শকৰ পৰা সমাদৰ লাভ কৰা এই মন্দিৰ ভাগে ২০২৪ চনত শতবৰ্ষত ভৰি দিব। গতিকে সেই একেই আধ্যাতমিক কতাৰে আজিও ভক্ত সকলে ধৰি ৰাখিছে পৰম্পৰা। বিভিন্ন ভক্তি ভৰা ৰীতি নীতিৰ নিয়মৰ দ্বাৰা হৰি কীৰ্তনে পালন কৰিছে ৰাস উৎসৱ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
उलवे येथे दसरा सणांनिमित्त आपट्याच्या बीज वाटप व बीजारोपन संपन्न.
उलवे येथे दसरा सणांनिमित्त आपट्याच्या बीज वाटप व बीजारोपन संपन्न.
दसऱ्याला सोन्या सारखा मान असणारे लुटता येणारे सोनं म्हणजे...
ट्रम्प ने वैक्सीन विरोधी कैनेडी को स्वास्थ्य मंत्री बनाया:पूर्व राष्ट्रपति के भतीजे हैं, इस बार प्रेसिडेंट इलेक्शन भी लड़ा था
अमेरिका के नवनिर्वाचित राष्ट्रपति डोनाल्ड ट्रम्प अपनी सरकार के अहम पदों पर नियुक्तियां कर रहे...
256GB स्टोरेज और 5000mAh बैटरी वाले फोन का कम हो गया दाम, 13 हजार से ज्यादा की ऐसे करें बचत
iQOO 12 को चीन के बाद भारत में लाया जा रहा है। यह फोन 12 दिसंबर को लॉन्च हो रहा है। हालांकि नए...
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিৰ উপলক্ষ্য উত্তৰ কমলাবাৰী সত্ৰত গায়ন বায়ন পৰিৱেশন কৰা হয়...
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিৰ উপলক্ষ্য উত্তৰ কমলাবাৰী সত্ৰত গায়ন বায়ন পৰিৱেশন কৰা হয়...