আজি সম্পন্ন হল দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া।ভোটদানৰ দিনটোত মাহমৰা সমষ্টিৰ কোৰোকানি দেউৰী গাঁৱৰ ভোট কেন্দ্ৰত উপস্থিত হয় বিধায়ক গৰাকী।

ভোট কেন্দ্ৰত উপস্থিত হৈ বিধায়ক গৰাকীয়ে স্থানীয় ভোটাৰৰ সৈতে মত বিনিময় কৰাৰ লগতে দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ২২ টা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি মন্তব্য কৰে।