শোনিতপুৰৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন ঠাইত ক্ৰমাৎ বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। প্ৰতিদিনে এই সংঘাতে লৈছে ভয়ংকৰ ৰূপ।অঞ্চলটোৰ ভিন্ন প্ৰান্তত বন্যহস্তীয়ে গঞাঁ ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰাৰ ফলত বিনিদ্ৰ ৰজনীত দিন কটাইছে ভূক্তভোগী ৰাইজে ।নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু বালিপৰা সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰবেশ কৰি ৰাইজৰ ঘৰ দুৱাৰ ভাঙাৰ লগতে ধান খাই তহিলং কৰাৰ ফলত এতিয়া কেঁচাতে ধান চপাবলগীয়া হোৱাত কৃষকে মূৰে কপালে হাত দিয়া দেখিবলৈ পোৱা। হাতীৰ জাকটো বিগত প্ৰায় ৩/৪ দিন ধৰি ফুলবাৰি চাহ বাগিচাতে অৱস্থান কৰি চাহ বাগিছাৰ ৰাইজকো চৰম অস্বস্তিত পেলাইছে। উল্লেখ্য যে বন বিভাগক খবৰ দিয়াৰ পাচতো হাতীৰ জাকটো বৰ্তমানলৈকে খেদি ওলিয়াব নোৱাৰত ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शानदार मौका! iPhone 15 Plus पर मिल रहा है जबरदस्त डिस्काउंट, 53 हजार रुपये से कम में खरीदें डिवाइस
iPhone 15 Plus की ही बात करें तो फोन को 53 हजार रुपये से कम में खरीदा जा सकता है। अगर आप भी...
তিনিচুকীয়াৰ ডিগবৈত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ ৭ জন ড্ৰাগছ আসক্ত আটক ডিগবৈ আৰক্ষীৰ ।
তিনিচুকীয়া আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত থকাৰ সময়তে ডিগবৈত বৃহৎ পৰিমাণৰ...
তদন্ত কৰি পাৰ পোৱা নাই আৰক্ষীয়ে !
মাজুলীত ইখনৰ পিছত সিখন গাঁৱত অচিনাক্ত দুৰ্বিত্ত ৷
অসহায় আৰক্ষীৰ সাংবাদিক ৰ সন্মোখত বিফলতা...
Breaking News: Sheikh Hasina पर बांग्लादेश में दर्ज हुआ हत्या का केस, FIR में कई नेताओं के भी नाम
Breaking News: Sheikh Hasina पर बांग्लादेश में दर्ज हुआ हत्या का केस, FIR में कई नेताओं के भी नाम