মঙ্গলদৈ চমুৱাপাৰাত নিশা দুৰ্ঘটনা। দুখন byke ৰ মাজত সংঘৰ্ষ। 

সংঘৰ্ষত এজনৰ মৃত্যু। 

মৃত লোক জন মঙ্গলদৈ চমুৱা পাৰাৰ ভূপেন নাথ বুলি চিনাক্ত। 

মৃত ভূপেন নাথে মঙ্গলদৈ কৰিম চকত কলৰ ব্যবসায় কৰিছিল।

নিশা ব্যৱসায় সামৰি চমুৱাপাৰাৰ ঘৰলৈ বাইকেৰে গৈ থকা অৱস্থাত দুৰ্ঘটনা সংঘটিত হয়। স্থানীয় লোকৰ সহায়ত ভূপেন নাথক মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত লৈ আহে যদিও চিকিৎসকে নাথক মৃত ঘোষণা কৰে।