লাহৰীঘাটৰ চেনিমাৰী গাঁৱত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ পৰিচয় দি চুৰি কাৰ্য সংঘটিত কৰা যুৱকক আটক স্থানীয় ৰাইজৰ। আটকাধীন যুৱক জনৰ নাম আনছাৰুল ইছলাম বুলি জানিব পৰা গৈছে। গাওঁখনৰ ইদ্ৰিছ আলীৰ বাসগৃহত সংঘটিত কৰিছিল চুৰিকাণ্ড। পৰৱৰ্তী সময়ত চোৰক চমজাই দিলে লাহৰীঘাট আৰক্ষীক।
লাহৰীঘাটৰ চেনিমাৰী গাঁৱত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ পৰিচয় দি চুৰি কাৰ্য সংঘটিত কৰা যুৱকক আটক ৰাইজৰ।

