আজিৰ খবৰ, গুৱাহাটী , ৪ আগষ্ট, ২০২২ : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখৰ অগ্ৰণী নাট্যগোষ্ঠী অংগনাই অহা ৭ আগষ্টত মঞ্চস্থ কৰিব নতুন নাটক তথা নাট্যকাৰ অপূৰ্ব ঠাকুৰীয়াৰ ৰচিত "বিভ্ৰান্ত ৰং" । নাট্যগোষ্ঠীৰ প্ৰচাৰ বিভাগৰ দায়িত্বত থকা জয়ন্ত কলিতাই জানিবলৈ দিয়া মতে সিদিনা সন্ধিয়া ,৬.৩০ বজাৰ পৰা গুৱাহাটীৰ মাইম একাডেমীৰ প্ৰেক্ষাগৃহত মঞ্চস্থ হবলগীয়া নাটখন পৰিচালনা কৰিব এন এছ ডিৰ স্নাতক উজ্জলা বৰ্মনে । তেনেদৰে সহকাৰী পৰিচালকৰ দায়িত্বত আছে স্বপন দাস । আনহাতে নাটখনত অভিনয় কৰিব ক্ৰমে স্বপন দাস ,অপূৰ্ব ঠাকুৰীয়া , জ্যোতিস্মিতা ভট্টাচাৰ্য আৰু উৎপল পাঠকে । ইয়াৰ উপৰিও নাটখনত আন আন দিশ সমূহ পৰিচালনাৰ দায়িত্বত আছে ক্ৰমে - পোহৰত ৰিম্পল দাস , সংগীতত ত্ৰিশান বৰ্মন আৰু কুশল মিৰ্জা , সাজসজ্জাত কল্পনা দাস , মঞ্চসজ্জাত চন্দন বৈশ্য ,আৰু প্ৰপাৰ্টীত কংকন দাস । উল্লেখযোগ্য যে শিল্পী জীৱনৰ বিভিন্ন ঘাট - প্ৰতিঘাটক লৈ ৰচনা কৰা নাটখনত সমাজত অৱহেলিত হোৱা শিল্পী সকলৰ প্ৰতি সমাজৰ দৃষ্টিকোণ সলনি কৰাৰ প্ৰয়াস কৰা হৈছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
आजतक से खास बातचीत में Congress अध्यक्ष Mallikarjun Kharge ने भी Amethi-Raebareli पर जबाव दिया
आजतक से खास बातचीत में Congress अध्यक्ष Mallikarjun Kharge ने भी Amethi-Raebareli पर जबाव दिया
Cyrus Mistry के निधन के बाद, सीट बेल्ट के नियम हुए और सख्त, देखिये ये रिपोर्ट
Cyrus Mistry के निधन के बाद, सीट बेल्ट के नियम हुए और सख्त, देखिये ये रिपोर्ट
होली के उपलक्ष्य में सभी कर, टैक्सी ड्राइवर ने गुलाल मलकर दी त्योहारों की शुभकामनाएं
होली के उपलक्ष्य में सभी कार-टैक्सी ड्राइवरों ने गुलाल मलकर दी त्योहार की शुभकामनाएं
- श्री आदर्श...
Adani Green NEWS :- Q4 के नतीजों के बाद Adani Green शेयरों में लगा अपर सर्किट, चार गुना बढ़ा कंपनी का मुनाफा
वित्त वर्ष 2022-23 की चौथी तिमाही के दमदार नतीजे पेश करने के बाद मंगलवार को अदाणी ग्रीन के शेयर...