দিছপুৰ থানাত পংকজ পাঠকৰ বিৰুদ্ধে পুনৰ এজাহাৰ দাখিল৷ এজাহাৰ দাখিল কৰে সাংবাদিক ৰজী শৰ্মাই৷ পংকজ পাঠকে সামাজিক মাধ্যমত ৰজী শৰ্মাৰ ওপৰত কৰিছিল বিৰূপ মন্তব্য৷

নাৰীক লৈ অশ্লীল মন্তব্য কৰাৰ  বাবে কেউখন থানাত পাঠকৰ বিৰুদ্ধে এজাহাৰ দাখিল।