বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত ছমাৰকুছি গাৱঁৰ নৱনিৰ্মীত বৰ নামঘৰটো আজি আনুষ্ঠানিক ভাবে উদ্বোধন কৰে৷গাৱঁৰ ৰাইজৰ সম্পূৰ্ণ সহযোগত গাওঁখনৰেে কেইগৰাকীমান লোকৰ আকুু্ন্ঠ ইচ্চাৰ ফলত আটোমটোকাৰীকৈ নিৰ্মাণ কৰি তুলিছে নামঘৰটো৷চালে চকুৰোৱা সুন্দৰ নান্দনিক দৃশ্যৰে শোভিত হৈছে নামঘৰটো৷ পূৱাৰে পৰা গাওঁবাসীৰ উৎসাহত তৎ নাই৷সম্পূৰ্ণ আধ্যাত্মিক পূজাৰ্চনাৰ মাজত আয়তীৰ উৰুলি,দেৱবাদ্য শব্দত ভক্তিৰসৰে ভৰি পৰিছিল৷দুপৰীয়া আমন্ত্ৰণ কৰি অনা থিয়নাম দলে সকলো ৰাইজকে মন্ত্ৰমুগ্ধ কৰি তুলিছিল৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সোণাৰিত বৰবিহুৱা তথা টোকাৰী গীতৰ শিল্পী খগেন গগৈক জীৱনজোৰা শিল্পী সাধনা বঁটা প্ৰদান
সোণাৰি নূপুৰ ডান্স একাডেমীৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি আজি সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত...
DRDO और Indian Navy का बड़ा कारनामा, दुश्मन की होगी हालत ख़राब | #VL-SRSAM #Special
DRDO और Indian Navy का बड़ा कारनामा, दुश्मन की होगी हालत ख़राब | #VL-SRSAM #DRDO
હારીજ જાસ્કા રોડ આવેલ શ્રી કૃષ્ણધામ ગો શાળા ભગવાન પરશુરામ કુટીર ખાતે દશેરા નિમિતે ગો સેવકો મીડિયા મીત્રો દ્વારા શસ્ત્ર પૂજન કરવામાં આવ્યુ
ખાતેઆજે વિજયાદશમીના પાવન દિવસે સહ વિધિ વિધાન અનુસાર પૂજન અને આરતી કરવામા આવી હતી તેમજ અલગ-અલગ...
Delhi Murder News Update: दिल्ली मर्डर के बाद का CCTV आया सामने। Latest Update। Crime News
Delhi Murder News Update: दिल्ली मर्डर के बाद का CCTV आया सामने। Latest Update। Crime News
বিশেষভাৱে সক্ষম শিক্ষাৰ্থী আৰু অভিভাৱকক হুইল চেয়াৰ আৰু ট্ৰাই চাইকেল বিতৰণ
অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ জৰিয়তে নৱদীপ একাডেমীৰ বিশেষভাৱে সক্ষম শিক্ষাৰ্থী আৰু বিশেষভাৱে...