মাজুলীৰ সমাজ কল্যাণ বিভাগৰ অধীনত আৰু মাজুলীৰ স্বাস্থ্য বিভাগৰ সহযোগত বিশ্ব স্তনপান সপ্তাহ ২০২২ ৰ লগত সংগতি ৰাখি মাজুলী আৰু উজনি মাজুলী সংহত শিশু উন্নয়নৰ অধীনত থকা অংগনবাদী কেন্দ্ৰ এলেকা সমূহত গাওঁ স্বাস্থ্য অনাময় আৰু পুষ্টি দিৱস পালন কৰা হয়৷ উক্ত দিৱসৰ কাৰ্যসূচী সমূহত স্বাস্থ্য বিভাগৰ আশা, আশা মুখ্যসেৱিকা, সমাজ কল্যাণ বিভাগৰ মুখ্যসেৱিকা, অংগনবাদী কৰ্মী আৰু কেন্দ্ৰ এলেকাৰ গৰ্ভৱতী মহিলা, প্ৰসূতি মাতৃ, কিশোৰী, শিশুৰ লগতে গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে৷ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা উপস্থিত সকলোৰে স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা কৰাৰ লগতে বিশ্ব স্তনপান সপ্তাহৰ গুৰুত্বৰ বিষয়ে অৱগত কৰা হয়৷ শিশু সকলক সুস্থ সবল কৰি গঢ়ি তুলিবৰ বাবে শিশুটি মাতৃৰ গৰ্ভত স্থিতি লোৱাৰ পৰা কি কি খাদ্য গ্ৰহণ কৰিব লাগে আৰু শিশুটি জন্মলোৱাৰ পিছত কেনেধৰণৰ যতন ল’ব লাগে সেই বিষয়েও আলোচনা কৰা হয়৷ তাৰোপৰি অসম মহিলা আৰু শিশু উন্নয়ন বিভাগে প্ৰেৰণ কৰা পুতলা শিল্পৰ দ্বাৰা স্তনপান সপ্তাহ ২০২২ ৰ উপলক্ষে নিৰ্মিত সজাগতা মূলক দৃশ্য-শ্ৰৱ্য প্ৰদৰ্শন কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગુજરાતમાં યોજાનારી ૩૬મી નેશનલ ગેઇમ્સના આયોજનને આખરી ઓપ આપતા મુખ્યમંત્રી શ્રી ભૂપેન્દ્ર પટેલ
નેશનલ ગેઇમ્સ ઓર્ગેનાઇઝિંગ કમિટિની બેઠક મુખ્યમંત્રીશ્રીની અધ્યક્ષતામાં યોજાઈ*
-ઃ *રમત-ગમત...
USAમાં ગુજરાતીઓની ગરબા રમઝટ
અમેરિકાના કેન્સાસ સિટીમાં ગુજરાતી સમાજનું ગરબા આયોજન, કિર્તીદાન ગઢવીના તાલે વિદેશીઓ પણ ડોલ્યા...
जापान में कहर बरपा रहा खतरनाक Strep Throat Infections, इन लक्षणों से करें इस जानलेवा बीमारी की पहचान
जापान में बीते कुछ समय से Strep Throat Infections के मामलों में तेजी देखने को मिल रही है। यह एक...
શ્રી સુખદેવપુરીજી મહારાજ ધામ વાલેર ખાતે દેવદિવાળી નો મહામેળો યોજાયો
શ્રી સુખદેવપુરીજી મહારાજ ધામ વાલેર ખાતે દેવદિવાળી નો મહામેળો યોજાયો
20 હજારથી વધુ લોકોના ભોજન...