APSC ত স্থান পোৱা  শিমলুগুৰি কেন্দুগুৰিৰ বোৱাৰী নিহাৰিকা কাশ্যপক কেন্দুগুৰি যুৱক সংঘ, কেন্দুগুৰি ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ, কেন্দুগুৰি অগ্ৰণী মহিলা সমাজে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ।