ডেৰশ বছৰীয়া এক ইতিহাসৰ সাক্ষী হৈ জিলিকি থকা গোলাঘাট জিলাৰ খুমটাই বিধান সভা সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক অকা মলুৱাত থকা  বৃহৎ বৰগছজোপাৰ  তলত আয়োজন কৰা বাষিক ভাগ উৎসৱলৈ আজি পুৱতি নিশাৰে পৰা অসমৰ বিভিন্ন প্ৰান্তৰ লোকেৰে লোকাৰণ্য হৈ পৰে  বৰগুৰি অকা মলুৱা সমন্বয় ক্ষেত্ৰ ।  পুৱতি নিশাৰে পৰা ভক্তৰ লানি নিছিগা সোঁত বয় অকা মলুৱা বৰগুৰি তললৈ ।