অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নাজিৰা আঞ্চলিক সমিতিৰ নতুন সমিতি গঠন। অসম আৰু অসমীয়াৰ স্বাৰ্থত সংগ্রাম কৰি অহা অদ্বিতীয় ছাত্র সংগঠন অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নাজিৰা আঞ্চলিক সমিতিখন পুনৰ গঠন কৰা হয়। বাঁহগড়া নাট্য মন্দিৰত আয়োজিত প্ৰতিনিধি সভাৰ পূৰ্বে সুধা কণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি ৰ আগত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইয়াৰ পিছতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নাজিৰা আঞ্চলিক সমিতিৰ সভাপতি বুবলু দত্তৰ সভাপতিত্বত আৰম্ভ হোৱা সভাৰ উদ্দেশ্য ব্যাখা কৰে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক যাদৱজ্যোতি বড়ায়ে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নাজিৰা আঞ্চলিক সমিতিৰ উপদেষ্টা তথা শিৱসাগৰ জিলা সমিতিৰ নেতৃত্বক্ৰমে ভাস্কৰ জ্যোতি মহন্ত, শংকুমণি কলিতাকে ধৰি নাজিৰা উপদেষ্টা পাপু ৰহমান লগতে পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে জিলা সমিতিৰ নেতৃত্বক্ৰমে দাদুল নেওগ আৰু অভিজিৎ গগৈ।উক্ত সভাতেই সৰ্বসন্মতিক্ৰমে দাদুল নেওগ,ভাস্কৰ জ্যোতি মহন্ত, শংকুমণি কলিতা,পাপু ৰহমান,বিকী বৰচেতিয়াক উপদেষ্টা, বুবলু দত্তক সভাপতি, কিৰণ ফুকন, তৌফিক আলিক উপ সভাপতি, যাদৱজ্যোতি বড়াক সাধাৰণ সম্পাদক,চাজিদ হুচেইন,ৰাজীৱ কূৰ্মীক যুটীয়া সম্পাদক হিচাপে লৈ এখন সবল নাজিৰা আঞ্চলিক সমিতি গঠন কৰে। অনাগত দিনত নাজিৰাত সংগঠন টি আগবঢ়াই নিয়াত সকলোৰে সহায় সহযোগিতা কামনা কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બનાસકાંઠામાં મુશળધાર વરસાદથી તારાજી સર્જાઈ, અનેક ઘરોમાં 4 ફૂટ પાણી ભરાયા
બનાસકાંઠામાં મુશળધાર વરસાદથી તારાજી સર્જાઈ, અનેક ઘરોમાં 4 ફૂટ પાણી ભરાયા
આઈ.સી.ડી.એસ મહિલા અને બાળ વિકાસ દ્વારા શ્રી અન્ન મિલેટ્સ વાનગી હરીફાઈ યોજાઈ.
મહુવા તાલુકા આઈ.સી.ડી.એસ મહિલા અને બાળ વિકાસ દ્વારા શ્રી અન્ન મિલેટ્સ વાનગી હરીફાઈ પુના દૂધ...
ડીસાની આલ્ફાબેટઝ પ્રી સ્કૂલના બાળકોને ટ્રાફિક નિયમો અંગે માર્ગદર્શન આપવામાં આવ્યું
ડીસાની આલ્ફાબેટઝ પ્રી સ્કૂલના બાળકોને ટ્રાફિક નિયમો અંગે માર્ગદર્શન આપવામાં આવ્યું
૧૪૭ કરજણ વિધાનસભા બેઠક ના શિનોર માં, કોંગ્રેસ દ્વારા આઠ વચનો ની પત્રિકા નું ડોર ટુ ડોર વિતરણ કરાયું
૧૪૭ કરજણ વિધાનસભા બેઠક ના શિનોર માં, કોંગ્રેસ દ્વારા આઠ વચનો ની પત્રિકા નું ડોર ટુ ડોર વિતરણ કરાયું
Xiaomi HyperOS की लॉन्चिंग का हुआ एलान, शाओमी के MIUI Android OS की जगह पेश हो रहा नया एंड्रॉइड ऑपरेटिंग सिस्टम
Xiaomi New operating system शाओमी के MIUI Android OS की जगह कंपनी नया ऑपरेटिंग सिस्टम पेश करने जा...