লোকশিল্পী তুলসী ওজাৰ ৰাজহুৱা স্মৃতিচাৰণ ও স্মাৰক গ্ৰন্থ উন্মোচন। উল্লেখযোগ্য যে লোকশিল্পী জনৰ আপুৰুগীয়া সম্পদ তথা একমাত্ৰ সম্বল ৰূপি আদৰৰ ঢোলটিক অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰাই গুৱাহাটী স্থিত কলাক্ষেত্ৰত সংৰক্ষণ কৰাৰ কথা অৱগত কৰে ।