শংকৰদেৱ সংঘৰ শিশু, যুৱ আৰু আই মাতৃ সমাৰোহৰ স্মৃতিগ্ৰন্থ উন্মোচন

আজিৰে পৰা দ্বিতীয় বৈকুণ্ঠ পুৰিলৈ ৰূপায়িত হল সোণাৰি সমষ্টিৰ ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰি সাপেখাতীৰ শিৱপ্ৰসাদ বৰুৱা আৰু সুকুমাৰ বৰুৱাৰ সোঁৱৰণী সমণ্বয় ক্ষেত্ৰত হোৱা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ২৯সংখ্যক শিশু যুৱ আই মাতৃ সমাৰোহ। এই সমাৰোহৰ স্মৃতি গন্থ উন্মোচন কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ‍্যাপক মৃদুল হাজৰিকাই।