দৈৱক্ৰমে প্ৰাণৰক্ষা পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানলৈ লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ। হাতত গুলীয়ে আঘাত কৰিছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ। গুলীচালনাত ৫জনকৈ লোক গুৰুতৰভাৱে আহত। ইছলামাবাদত উলিওৱা এটা সমদলৰ সময়তে সংঘটিত হয় গুলীচালনাৰ ঘটনা ।
বিশ্বক আচৰিত তোলা এক আচৰিত ঘটনা। গুলীচালনাৰ ঘটনাত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানসহ তেওঁৰ দুজন মেনেজাৰসহ পাঁচজনৰ আহত হয়। কিন্তু ততাতৈয়াকৈ বুলেটপ্ৰুফ গাড়ীত উঠি সেই স্থান ত্যাগ কৰাত দৈৱক্ৰমে ৰক্ষা পৰে।
খবৰ অনুসৰি আটাইকেইজন আহতক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। বৰ্তমান তেওঁ সুৰক্ষিত বুলি জনা গৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કોંગ્રેસ દ્વારા શરૂ કરવામાં આવેલ દવાખાનું નનસાડ ગામે પહોચ્યું
કોંગ્રેસ દ્વારા શરૂ કરવામાં આવેલ દવાખાનું નનસાડ ગામે પહોચ્યું
ಬೆಂಗಳೂರಿನ ಜಾಲಹಳ್ಳಿಯ ಸೆಂಟ್. ಕ್ಲಾರೆಟ್ ಕಾಲೇಜಿನಲ್ಲಿ "ಉಚಿತ ನೇತ್ರ ತಪಾಸಣೆ ಶಿಬಿರ" ಆಯೋಜಿಸಲಾಗಿತ್ತು.
ಸೆಪ್ಟೆಂಬರ್ 22, 2024
ಬೆಂಗಳೂರಿನ ಜಾಲಹಳ್ಳಿಯ ಸೆಂಟ್. ಕ್ಲಾರೆಟ್ ಕಾಲೇಜಿನಲ್ಲಿ "ಉಚಿತ ನೇತ್ರ ತಪಾಸಣೆ ಶಿಬಿರ"...
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks
টিংখাঙৰ ঔফুলীয়া চাহ বাগিচাত ঝুমইৰ নৃত্য-গীত আৰু ঢোল বাদনৰ কৰ্মশালা ।
টিংখাঙৰ ঔফুলীয়া চাহ বাগিচাত অনুষ্ঠিত হৈছে ঝুমইৰ নৃত্য-গীত আৰু ঢোল বাদনৰ কৰ্মশালা । অসম চৰকাৰৰ...