শতবৰ্ষ অতিক্ৰম কৰা দলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গ্ৰন্থাগাৰ উন্মোচন। বিদ্যালয় খনৰ শতবৰ্ষ সামৰণি অনুষ্ঠান উদযাপন সমিতিৰ সভাপতি তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে উদ্বোধন কৰিলে গ্ৰন্থাগাৰটো। উল্লেখ্য যে অহা ৪,৫ আৰু ৬ নৱেম্বৰত অনুষ্ঠিত হ'ব দলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ সামৰণি অনুষ্ঠান। তাৰ প্ৰাকক্ষণত ১৯৯০ আৰু ৯১ বৰ্ষত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলে আগবঢ়োৱা পুঁজিৰে আধুনিকীকৰণ কৰা গ্ৰন্থাগাৰটো আজি উন্মোচন কৰা হয়। ইফালে কাইলৈৰ পৰা অনুষ্ঠিত হবলগীয়া সামৰণি অনুষ্ঠান সন্দৰ্ভত এখন সংবাদ মেলো আজি সম্বোধন কৰে উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক গৰাকীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
किरोड़ी लाल के इस्तीफे पर सचिन पायलट बोले- ...ये सरकार की विफलता
कांग्रेस के राष्ट्रीय महासचिव और टोंक से विधायक सचिन पायलट आज यानी 9 जुलाई को टोंक पहुंचे....
Queen Elizabeth II , Britain's longest serving monarch passes away aged 96,on 8th September 2022.
Queen Elizabeth ii, Britain's longest serving monarch has passed away aged 96. Thursday...
वाचला की गेला? पहा या तरुणाने काय केल... | Viral Video | Hpn Marathi News
वाचला की गेला? पहा या तरुणाने काय केल... | Viral Video | Hpn Marathi News
Citroen C3 Aircross ऑटोमेटिक आज होगी लॉन्च, 5+2 सीट ऑप्शन के साथ मिलते हैं कई दमदार फीचर्स
Citroen C3 Aircross ऑटोमेटिक आज भारत में लॉन्च होने जा रही है। इस कार का मैनुअल वेरिएंट पहले से...
ಶಾಸಕ ವಿಜಯಾನಂದ್ ಎಸ್.ಕಾಶಪ್ಪನವರ್ ಅವರಿಗೆ ಸಚಿವ ಸ್ಥಾನ ನೀಡಬೇಕೆಂದು ಒತ್ತಾಯಿಸಿ ಇಳಕಲ್ ಬ್ಲಾಕ್ ಕಾಂಗ್ರೆಸ್ ಸಮಿತಿ ಒತ್ತಾಯ
ಬೆಂಗಳೂರು, ಜೂನ್ 2, 2026
ಶಾಸಕ ವಿಜಯಾನಂದ್ ಎಸ್.ಕಾಶಪ್ಪನವರ್ ಅವರಿಗೆ ಸಚಿವ ಸ್ಥಾನ ಕೊಡದೇ ಹೋದರೆ ಕಾಂಗ್ರೆಸ್...