৫ জন লেবৰট'ৰী টেকনেচিয়ানক চাকৰিৰ পৰা বৰ্খাস্ত।

এই ঘটনা সংঘটিত হৈছে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত।

নিযুক্তি প্রক্রিয়াত খেলিমেলিৰ পিছতেই ন্যায়ালয়ৰ নিৰ্দেশ ক্ৰমে এই সিদ্ধান্ত।

গুৱাহাটী উচ্চ ন্যায়ালয়ত এই সংক্রান্তত ৰুজু কৰা হৈছিল গোচৰ।