গড়গাঁও মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ প্ৰাক্তন মূৰব্বী অধ্যাপক তথা মহাবিদ্যালয়ৰ পৰিয়ালৰ সদস্য ড° ক্ষীৰোদচন্দ্ৰ গগৈ দেৱৰ পৰলোক প্ৰাপ্তিৰ খবৰে গড়গাঁও মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গক মৰ্মাহত কৰিছে।

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

আজি পুৱা ৪ বাজি ৩০ মিনিটত গড়গাঁৱৰ নিজা বাসগৃহত মৃত্যুক সাবটি লয় ক্ষীৰোদ চন্দ্ৰ গগৈয়ে।

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬১বছৰ।দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছিল এক দুৰাৰোগ্য ৰোগত।

তেখেতৰ মৃত্যুত গড়গাঁও মহাবিদ্যালয়ৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক-প্ৰকাশ কৰে।