*ৱাৰিয়ৰ্ছ মাজুলী জিলা সমিতিৰ উদ্যোগত আগন্তুক ১৪ নৱেম্বৰ শিশু দিৱসৰ লগত সংগতি ৰাখি মাজুলী ভিত্তিত দুটা শাখাত অনলাইন মাধ্যমত কবিতা আবৃত্তি প্ৰতিযোগিতা আয়োজন কৰা হৈছে।*

   *সেয়েহে, সকলো আগ্ৰহী প্ৰাৰ্থীক চলিত বৰ্ষৰ ইং ১১ নৱেম্বৰ তাৰিখৰ ভিতৰত ১ মিনিট ৩০ ছেকেণ্ডত উল্লেখিত শাখা অনুযায়ী নিৰ্ধাৰিত কৰা কবিতা আবৃত্তিৰ ভিডিঅ' নিম্নলিখিত WhatsApp 7002017800/ 7637875385 নম্বৰৰ যিকোনো এটালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাই