১৯৬৪ চনত প্ৰতিষ্ঠা হোৱা নাৰায়ণপুৰ কলেজকে ১৯৬৬ চনৰ ২ আগষ্ট তাৰিখে মাধৱদেৱ মহাবিদ্যালয় নামেৰে নামকৰণ কৰা হয় আৰু ২০১৭ চনৰ ৭ ছেপ্টেম্বৰত অসম চৰকাৰে গৃহীত কৰা মাধৱদেৱ বিশ্ববিদ্যালয় বিধেয়ক,২০১৭ৰ অধীনত মহাপুৰুষ মাধৱদেৱৰ স্মৃতি যুগমীয়া কৰাৰ স্বাৰ্থত মাধৱদেৱ মহাবিদ্যালয়তেই স্থাপন কৰা হয় মাধৱদেৱ বিশ্ববিদ্যালয়। ২০১৯ চনৰ ১৭ জুন তাৰিখে অধ্যাপক ড॰ দিবাকৰ চন্দ্ৰ ডেকাই মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী উপাচাৰ্যৰ কাৰ্য্যভাৰ গ্ৰহণ কৰে। বিশ্ববিদ্যালয় ঘোষণাৰ তিনিটা বৰ্ষৰ পিছত নাৰায়ণপুৰবাসীৰ সপোনে এতিয়া বাস্তৱ ৰূপ পাবলৈ আগবাঢ়িছে। মাধৱদেৱ বিশ্ববিদ্যালয়ত উচ্চ শিক্ষাগ্ৰহণৰ বাবে অপেক্ষাৰত ছাত্র-ছাত্রীৰ বাবে আহিছে ভাল খবৰ। বিশ্ববিদ্যালয়খনত আৰম্ভ হ'ব স্নাতকোত্তৰ শিক্ষাৰ পাঠদান। সাতটা বিভাগত অহা নৱেম্বৰ মাহৰ ২৫ তাৰিখৰ পৰা আৰম্ভ হ'ব পাঠদান। বিশ্ববিদ্যালয়খনৰ কাৰ্যবাহী পৰিষদৰ সিদ্ধান্তৰ পিছতেই এতিয়া উৎফুল্লিত হৈ পৰিছে সকলো।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
৫০০ উপাচাৰ্য উপাচাৰ্য ইউ এছ টি এমৰ ৰাষ্ট্ৰীয় সন্মিলনত যোগদান।
“এটা স্বাৱলম্বী ভাৰতৰ বাবে উচ্চ শিক্ষাৰ পৰিৱৰ্তনৰ পুনৰ বিবেচনা”। ভাৰতৰ প্ৰাক্তন...
Seema Haider के वकील ने बताई कानून प्रक्रिया, India की नागरिकता नहीं मिली तो जाना पड़ेगा Pakistan
Seema Haider के वकील ने बताई कानून प्रक्रिया, India की नागरिकता नहीं मिली तो जाना पड़ेगा Pakistan
বান সাহায্যৰ নামত ঢকুৱাখনা ঘিলামৰাত বেপাৰ মধ্যভোগী দালালৰ, দহ টকা দিয়ক- পশু ধনৰ খাদ্য ভুচি নিয়ক
এইবাৰ বান সাহায্যৰ নামত জঘন্য বেহা বহিছে ঢকুৱাখনা মহকুমাৰ সোৱণশিৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ...
Rain Alert In North India: IMD ने जारी किया बारिश का ऑरेंज अलर्ट, कई इलाकों में बाढ़ जैसे हालात
Rain Alert In North India: IMD ने जारी किया बारिश का ऑरेंज अलर्ट, कई इलाकों में बाढ़ जैसे हालात
২ ছেপ্টেম্বৰত চিত্ৰগৃহলৈ নতুন অসমীয়া চলচ্চিত্র ‘জনকনন্দিনী'
‘নিজি প্ৰডাকচন’ৰ বেনাৰত নির্মিত বহুপ্রত্যাশিত অসমীয়া চলচ্চিত্র...