১৯৬৪ চনত প্ৰতিষ্ঠা হোৱা নাৰায়ণপুৰ কলেজকে ১৯৬৬ চনৰ ২ আগষ্ট তাৰিখে মাধৱদেৱ মহাবিদ্যালয় নামেৰে নামকৰণ কৰা হয় আৰু ২০১৭ চনৰ ৭ ছেপ্টেম্বৰত অসম চৰকাৰে গৃহীত কৰা মাধৱদেৱ বিশ্ববিদ্যালয় বিধেয়ক,২০১৭ৰ অধীনত মহাপুৰুষ মাধৱদেৱৰ স্মৃতি যুগমীয়া কৰাৰ স্বাৰ্থত মাধৱদেৱ মহাবিদ্যালয়তেই স্থাপন কৰা হয় মাধৱদেৱ বিশ্ববিদ্যালয়। ২০১৯ চনৰ ১৭ জুন তাৰিখে অধ্যাপক ড॰ দিবাকৰ চন্দ্ৰ ডেকাই মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী উপাচাৰ্যৰ কাৰ্য্যভাৰ গ্ৰহণ কৰে। বিশ্ববিদ্যালয় ঘোষণাৰ তিনিটা বৰ্ষৰ পিছত নাৰায়ণপুৰবাসীৰ সপোনে এতিয়া বাস্তৱ ৰূপ পাবলৈ আগবাঢ়িছে। মাধৱদেৱ বিশ্ববিদ্যালয়ত উচ্চ শিক্ষাগ্ৰহণৰ বাবে অপেক্ষাৰত ছাত্র-ছাত্রীৰ বাবে আহিছে ভাল খবৰ। বিশ্ববিদ্যালয়খনত আৰম্ভ হ'ব স্নাতকোত্তৰ শিক্ষাৰ পাঠদান। সাতটা বিভাগত অহা নৱেম্বৰ মাহৰ ২৫ তাৰিখৰ পৰা আৰম্ভ হ'ব পাঠদান। বিশ্ববিদ্যালয়খনৰ কাৰ্যবাহী পৰিষদৰ সিদ্ধান্তৰ পিছতেই এতিয়া উৎফুল্লিত হৈ পৰিছে সকলো।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
'देसी घी खाया कर' Ankit Baiyanpuria की दादी और मां की Ram Ram और बातें सुन कहेंगे ये हैं असली देसी!
'देसी घी खाया कर' Ankit Baiyanpuria की दादी और मां की Ram Ram और बातें सुन कहेंगे ये हैं असली देसी!
UP के Ballia में सामूहिक विवाह का वीडियो वायरल, बिना दूल्हे के ही दुल्हनों की हो गई शादी
UP के Ballia में सामूहिक विवाह का वीडियो वायरल, बिना दूल्हे के ही दुल्हनों की हो गई शादी
વડાપ્રધાન ફરી ગુજરાતની મુલાકાતે આવશે
#buletinindia #gujarat #anand
মৰাণ ১নং আৰু ২নং মিৰিহোলাত PMAY-G ঘৰ নিৰ্মাণৰ দুৰ্নীতিৰ অভিযোগৰ সন্দৰ্ভত ৱাৰ্ড সদস্যাৰ প্ৰতিক্ৰিয়া
মৰাণ ১নং আৰু ২নং মিৰিহোলাত PMAY-G ঘৰ নিৰ্মাণৰ দুৰ্নীতিৰ অভিযোগৰ সন্দৰ্ভত ৱাৰ্ড সদস্যাৰ প্ৰতিক্ৰিয়া