শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু, যুৱ আৰু আই মাতৃ সমাৰোহৰ বাবে সাজু হৈ উঠিছে উদযাপন সমিতি। অহা ৪, ৫ আৰু ৬ নৱেম্বৰত সাপেখাতিত অনুষ্ঠিত হবলগীয়া সমাৰোহৰ বাবে প্ৰস্তুতি তুংগত উঠা পৰিলক্ষিত হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া ভক্ত সকলক আদৰিবলৈ সাজু হৈ উঠিছে উদযাপন সমিতি। ইফালে ৰাজ্যৰ সৰ্ববৃহৎ ধৰ্মীয় সংগঠনটোৰ কেন্দ্ৰীয় শিশু, যুৱ আৰু আই মাতৃ সমাৰোহৰ প্ৰস্তুতিৰ বুজ ললে সাংসদ তপন কুমাৰ গগৈয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰান লাচিত নগৰ বৰ নামঘৰত শ্ৰী কৃষ্ণ জন্মাষ্টমীৰ ব্যাপক প্ৰস্তুতি
মৰান লাচিত নগৰ বৰ নামঘৰত শ্ৰী কৃষ্ণ জন্মাষ্টমীৰ ব্যাপক প্ৰস্তুতি
Kanpur News: कर्नलंगज में 3 बोरियों में मिले युवक के शव का मामला, CCTV में कैद हुआ बोरियों को रखे हुए ई-रिक्शा
लाल इमली के पीछे वाली गली में तीन बोरियों में भरकर शव फेंकने के मामले में पुलिस को कामयाबी मिली...
মেট্ৰিক পৰীক্ষাক বাতিল কৰাকলৈ মৰাণ ট্ৰেফিক পইণ্টত শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ।
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত ছেবাই সোমবাৰে বিজ্ঞান বিষয়ৰ...
मानसून की विदाई के बीच देश में बारिश का असर:मध्य प्रदेश, गुजरात, महाराष्ट्र-छत्तीसगढ़ में बारिश की संभावना
देश के अधिकांश हिस्से से मानसून की वापसी हो चुकी है, लेकिन बारिश का असर बना हुआ है। मध्य प्रदेश,...