ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন

আজি ছৰ্দাৰ বল্লভভাই পেটেল'ৰ জন্মজয়ন্তী। ছৰ্দাৰ বল্লভভাই পেটেল'ৰ জন্মদিন উপলক্ষ্যে সমগ্ৰ দেশজুৰি একতা দিৱস পালন কৰি আহিছে। সমগ্ৰ দেশৰ লগতে শোনিতপুৰৰ চাৰিদুৱাৰৰ নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়তো একতা দিৱস পালন কৰে । এই উপলক্ষে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে একতা দৌৰ বাহিৰ কৰে।