কামৰূপ জিলাৰ গড়পোট সদৈকুছি সাৰ্বজনীন শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজাস্থলীত উদীয়মান কবি পপী ডেকাৰ কবিতা সংকলন "ক'ব নোৱাৰা কথাবোৰ শেষ হৈ নাযায়" উন্মোচন কৰে সোমবাৰে। কবিতা পুথিখন উন্মোচন কৰে বিশিষ্ট কবি প্ৰনৱ কুমাৰ বৰ্মনে। অনুষ্ঠানত এমট্ৰনৰ উপ প্ৰৱন্ধক দিনমণি ভাণ্ডাৰ কায়স্থকে ধৰি কেইবাজনো বিশিষ্ট লোক আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વડોદરા: જાંબુઆ બ્રિજ પાસે બસમાંથી મહિલા મુસાફરના ત્રણ લાખના દાગીના ચોરાયા
વડોદરા શહેરમાં વધુ બે ચોરીની ઘટનાઓ સામે આવી છે .જાંબુઆ બ્રિજ પાસે હોટલમાં ચા નાસ્તો કરવા...
Full Bulletin | २९ .०८.२०२२ | Raftaar Marathi Media
Full Bulletin | २९ .०८.२०२२ | Raftaar Marathi Media