ভাৰত এখন ৰাষ্ট্ৰ ভাৰত জোড়ো যাত্ৰা কেনেকৈ হ'ব পাৰে হ'লে সমাজ জোড়ো হ'ব পাৰে। কংগ্ৰেছ দিনত অসমখন উগ্ৰপন্থীৰে জজৰিত আছিল। ভুপেন কুমাৰ বৰাই এতিয়া দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত প্ৰাৰ্থীত্বই দিব নোৱাৰে। ভূপেন কুমাৰ বৰাই মিঞাৰ বাবে চোলা বাবে ফালি দিয়ে। কংগ্ৰেছৰ সকলো নেতা এতিয়া যাব লাগিব ধুবুৰীত,আন ঠাই বিলাক এতিয়া বিজেপিৰ। অসমত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা সন্দৰ্ভত মন্তব্য আগবঢ়াব গৈ নাৰায়ণপুৰত এই মন্তব্য তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અંબાજીમાં જુગાર રમતાં 19 જુગારીઓને પોલીસે ઝડપ્યા
હાલમાં શ્રાવણનો પવિત્ર માસ ચાલી રહ્યો છે ત્યારે આ પવિત્ર માસમાં અને કોઈ લોકો ધાર્મિક પ્રસંગો સહિત...
मिनी जंबूरी में उल्लेखनीय योगदान हेतु सर्वेश तिवारी को किया सम्मानित
मिनी जंबूरी में उल्लेखनीय योगदान हेतु सर्वेश तिवारी को किया सम्मानितबूंदी। राजस्थान...
Citroen Basalt भारतीय सड़कों पर टेस्टिंग के दौरान आई नजर, जानिए कब तक हो सकती है लॉन्च
तमिलनाडु के तिरुवल्लूर में लिए गए नवीनतम स्पाई शॉट्स में Besalt SUV को बिना किसी कैमोफ्लैग के साथ...
Accused Nabs | ભાવનગરમાં હત્યાને અંજામ આપનાર આરોપીઓ ગણતરીના કલાકોમાં ઝડપાયા
Accused Nabs | ભાવનગરમાં હત્યાને અંજામ આપનાર આરોપીઓ ગણતરીના કલાકોમાં ઝડપાયા
भारत ने दिया पाकिस्तान को करारा जवाब : मोदी
भारतीय जनता पार्टी जिला बालोतरा के कार्यकर्ताओं के साथ आम नागरिकों ने भारतीय सेना द्वारा...