দৰঙত আৰম্ভ হৈছে আন্ত: আৰক্ষী থানা ফুটবল প্ৰতিযোগিতা৷ আজি দলগাঁও টাউন খেলপথাৰত অনুষ্ঠিত এখন খেলত দলগাঁও আৰক্ষী থানা দলে ধূলা আৰক্ষী থানা দলক ৩-০ গ'লত পৰাজিত কৰে৷ আন এখন খেলত মংগলদৈ পুলিচ ৰিজাৰ্ভ দলে খাৰুপেটীয়া থানা দলক ট্ৰাইবেকাৰৰ জৰিয়তে পৰাজিত কৰে৷ খেলখন উদ্বোধন কৰে দৰং জিলাৰ উপ আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰা৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
समाजात सकारात्मकता आणण्यासाठी मूल्यांची पेरणी व्हावी-राज्यपाल भगत सिंह कोश्यारी
उत्तम कार्यासाठी चांगला दृष्टिकोन आवश्यक आहे. समाजात सकारात्मकता आणण्यासाठी सेवाकार्य करताना असा...
વડોદરા શહેરના છેલ્લા આજવા સરોવરની જળ સપાટી ત્રણ દિવસથી 211.95 ફૂટ પર સ્થિર
વડોદરા શહેરના આજવા સરોવરમાં છેલ્લા ત્રણ દિવસથી પાણીની સપાટી 211.95 ફૂટ પર સ્થિર છે. 15 ઓગસ્ટની...
টীয়কৰ জগদুৱাৰ বনাই পথত ভয়ংকৰ দুৰ্ঘটনা | উন্মুক্ত ট্ৰেন্সফাৰ্মাৰত খুন্দিয়ালে বাইক আৰোহিয়ে
টীয়কৰ জগদুৱাৰ বনাই পথত ভয়ংকৰ দুৰ্ঘটনা* *উন্মুক্ত ট্ৰেন্সফাৰ্মাৰত খুন্দিয়ালে বাইক আৰোহিয়ে*
সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ “শিক্ষা কোষ”ৰ বৃহৎ সাফল্য
সমস্যা জৰ্জৰ মাজুলীৰ বহু পৰিয়ালেই আৰ্থিক ভাৱে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৷ মাজুলীত আৰ্থিক সমস্যা...