দৰঙত আৰম্ভ হৈছে আন্ত: আৰক্ষী থানা ফুটবল প্ৰতিযোগিতা৷ আজি দলগাঁও টাউন খেলপথাৰত অনুষ্ঠিত এখন খেলত দলগাঁও আৰক্ষী থানা দলে ধূলা আৰক্ষী থানা দলক ৩-০ গ'লত পৰাজিত কৰে৷ আন এখন খেলত মংগলদৈ পুলিচ ৰিজাৰ্ভ দলে খাৰুপেটীয়া থানা দলক ট্ৰাইবেকাৰৰ জৰিয়তে পৰাজিত কৰে৷ খেলখন উদ্বোধন কৰে দৰং জিলাৰ উপ আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰা৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Bihar ALP Protest: पुलिस ने पीटा, रेल मंत्री Ashwini Vaishnaw ने बताई Railway Vacancy कम करने की वजह
Bihar ALP Protest: पुलिस ने पीटा, रेल मंत्री Ashwini Vaishnaw ने बताई Railway Vacancy कम करने की वजह
ভাৰতীয় জনতা পাৰ্টি মৰাণ নগৰ মণ্ডলৰ উদ্যোগত প্ৰভাতফেৰী ১১ আগষ্ট পুৱা ৫ বজাত অনুষ্ঠিত কৰা হ'ব
ভাৰতীয় জনতা পাৰ্টি মৰাণ নগৰ মণ্ডলৰ উদ্যোগত প্ৰভাতফেৰী ১১আগষ্ট পুৱা ৫ বজাত অনুষ্ঠিত কৰা হব ...
Gandhi Death Anniversary: Gandhi और Godse 30 जनवरी को क्या कर रहे थे? REPOST
Gandhi Death Anniversary: Gandhi और Godse 30 जनवरी को क्या कर रहे थे? REPOST