প্ৰসিদ্ধ চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ পৰলোক গমনে সমগ্ৰ অসমৰ লগতে নাজিৰাৰ শিল্পী , সমাজ জীৱনৰ জনগণকো ম্ৰিয়মান কৰি তুলিছে । যোৱা কালি সন্ধিয়া নাজিৰা নগৰৰ মাজমজিয়াস্থ নাট্য মন্দিৰৰ সন্মুখত নাজিৰা শিল্পী সমাজৰ সৌজন্যত প্ৰসিদ্ধ চিত্ৰশিল্পী নীলপৱন বৰুৱালৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে । নাজিৰাৰ চিত্ৰশিল্পী তথা শিক্ষক জয়ন্ত ঢেকীয়াল ফুকনে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠান আতধৰে শিল্পী অৰুণ কোঁৱৰে । অনুষ্ঠানত অনাতাৰ শিল্পী দিলীপ দাস , শিৱ প্ৰসাদ শইকীয়া , পৱন আগৰৱালা , চিত্ৰশিল্পী আলি হাইদৰ আদিকে ভালেকেইজন গণ্য - মান্য ব্যক্তিয়ে প্ৰসিদ্ধ চিত্ৰশিল্পী নীলপৱন বৰুৱালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শোক প্ৰকাশকৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
PM Modi US Visit: पीएम मोदी अमेरिका में रचेंगे इतिहास, ऐसा करने वाले बनेंगे देश के पहले प्रधानमंत्री
वाशिंगटन, अमेरिकी राष्ट्रपति जो बाइडन और प्रथम महिला जिल बाइडन के निमंत्रण पर प्रधानमंत्री...
मारवाड़ी युवा मंच की मोरानहाट शाखा में राष्ट्रीय अध्यक्ष का दौरा संपन्न ।
अखिल भारतीय मारवाड़ी युवा मंच के नव पदासीन राष्ट्रीय अध्यक्ष सुरेंद्रजी भट्टड़ ने मंच आंदोलन की...
Breaking News: SP के नेता और पूर्व विधायक की करोडों की संपत्ति ED ने जब्त की | Akhilesh Yadav
Breaking News: SP के नेता और पूर्व विधायक की करोडों की संपत्ति ED ने जब्त की | Akhilesh Yadav
વિધાનસભા ચૂંટણીની તૈયારીમાં આમ આદમી પાર્ટીના પંજાબ ધારાસભ્ય પાટણ ખાતે ઉપસ્થિત
વિધાનસભા ચૂંટણીની તૈયારીમાં આમ આદમી પાર્ટીના પંજાબ ધારાસભ્ય પાટણ ખાતે ઉપસ્થિત
এই গৰাকী স্বাধীনতা সংগ্ৰামী অসমীয়া নিৰ্মালী বৰা। আজি শিৱসাগৰ চাৰ্কোল অফিচৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে। আমাৰ শিৱসাগৰৰ গৌৰৱ তথা স্বাভিমান।
এই গৰাকী স্বাধীনতা সংগ্ৰামী অসমীয়া নিৰ্মালী বৰা।শিৱসাগৰ চাৰ্কোল অফিচৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে।