হিন্দুষ্টান পেপাৰ কৰ্পৰেচন লিমিটেড (এইচ পি চি এল)ৰ প্ৰাক্তন কৰ্মচাৰী সংস্থাৰ প্ৰতিনিধিৰ সৈতে ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান দপ্তৰৰ মন্ত্রী বিমল বড়াই এক বৈঠকত মিলিত হয়। মন্ত্রী বড়াৰ অধ্যক্ষতাত জনতা ভৱনৰ কাৰ্যালয় কক্ষত অনুষ্ঠিত সভাখনত পেপাৰ কৰ্পৰেচন লিমিটেডৰ পূর্বৰ কৰ্মচাৰী সকলৰ বাবে গঠন কৰা ট্ৰাষ্টৰ নিয়মাবলী সন্দৰ্ভত পুংখানুপুংখ আলোচনা কৰে। সভাত কৰ্মচাৰী সংস্হাৰ তৰফৰ পৰাও এই সন্দৰ্ভত বিভিন্ন পৰামৰ্শ আগবঢ়োৱা হয়। বিশেষকৈ এই কৰ্মচাৰী সকলৰ চিকিৎসা সম্পৰ্কীয় দিশবোৰ আলোচনাত আগস্হান পায়। এই ট্ৰাষ্টৰ নিয়মাবলী অতি শিঘ্ৰে চূড়ান্ত কৰা হ'ব বুলিও সভাত সিদ্ধান্ত লোৱা হয়। সভাত অসম উদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মানবেন্দ্র প্ৰতাপ সিঙৰ লগতে অনন্য বিষয়া সকলো উপস্থিত আছিল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મહેસાણા : દિવ્યાંગ ફ્રેન્ડ ચેરીટેબલ ટ્રસ્ટ દ્વારા દિવ્યાંગો ના રાસ ગરબાનો કાર્યક્રમ યોજાયો, જુઓ Video
મહેસાણા : દિવ્યાંગ ફ્રેન્ડ ચેરીટેબલ ટ્રસ્ટ દ્વારા દિવ્યાંગો ના રાસ ગરબાનો કાર્યક્રમ યોજાયો, જુઓ...
ઠક્કર બાપા સભાખંડમાં સામાન્ય સભા યોજાઇ
#buletinindia #gujarat #dahod
जानलेवा हमला करने के प्रकरण मे वांछित आरोपी बनवारी गुर्जर गिरफ्तार।
जिला पुलिस अधीक्षक बून्दी राजेन्द्र कुमार मीणा ने बताया की थानाधिकारी पुलिस थाना करवर के नेतृत्व...
दो दिवसीय एन ई एस प्रशिक्षण का पौधा रोपण के साथ समापन* केशोरायपाटन
दो दिवसीय एन ई एस प्रशिक्षण का पौधा रोपण के साथ समापन*
केशोरायपाटन
संभागी नरोतम मीणा ने बताया की...
সোণাৰিত ভাৰতীয় জনতা যুৱ মৰ্চাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী
সোণাৰিত ভাৰতীয় জনতা যুৱ মৰ্চাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী। স্বাধীনতাৰ...