মৰিগাঁও জিলাৰ ভুৰাগাও এলেকাৰ মিচামাৰী চৰত এটা বাঘে চলোৱা সন্ত্ৰাসত সাতটাকৈ গৰু নিহত হোৱাৰ লগতে পাচটা গৰু আহত কৰিছিল।প্ৰায় ৬০/৬৫টা পৰিয়ালৰ লোকে বসবাস কৰা এই চৰ চাপৰিৰ ৰাইজৰ মাজত বাঘৰ আতংকৰ সৃষ্টি হৈছিল।আজি মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মাই মৰিগাঁও জিলা বন বিভাগক লগত লৈ চৰত যায় আৰু বাঘৰ সন্ধানত বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰা পৰিলক্ষিত হয়।চৰৰ সমগ্ৰ মজুৱা জুই লগাই দিয়া হয়।লগতে টেক্টৰ লগাই এফালৰপৰা পৰা চাফাই কৰা হয়।চৰৰ মানুহৰ সন্মুখত হঠাৎ এনে বাঘৰ সমস্যা তথা বিপদ অহাৰ লগে লগে জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই এক বৃহৎ বাহিনী লৈ চৰত যোৱাত চৰবাসীয়ে প্ৰশংসা কৰে।বাঘটো ওৰাংৰ পৰা অহা বুলি সন্দেহ কৰা হৈছে। উল্লেখযোগ্য যে উপায়ুক্ত দেৱাশিষ শৰ্মা আৰু বন বিষয়া গৰাকীয়ে বাঘৰ পদচিহ্ন পৰ্যবেক্ষণ কৰি বাঘটো কোনফালে গৈছে তাৰ নিৰক্ষন কৰে যদিও চৰটোৰ পৰা বাঘটো পলায়ন কৰাৰ সম্ভাৱনা আছে বুলি অনুমান কৰা হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
परिवार में मचा कोहराम ट्रक चालक ने लगाई फांसी।
जनपद जौनपुर के थाना गौराबादशाहपुर में,परिवार में मचा कोहराम ट्रक चालक ने लगाई फांसी।मालूम होकि...
Delhi में Pragati Maidan अंडरपास पर हुई लूट को लेकर Arvind Kejriwal ने केंद्र पर दागे सवाल
Delhi में Pragati Maidan अंडरपास पर हुई लूट को लेकर Arvind Kejriwal ने केंद्र पर दागे सवाल
बीड शहरात प्रथमच महिलांसाठी सामुदायिक अथर्वशीर्ष पठणाचा उपक्रम
बीड (प्रतिनिधी) सहा दशकांची परंपरा असलेल्या बीड शहरातील आझाद हिंद गणेश मंडळाच्या वतीने विविध...
પોલિકેબ કંપનીના સહયોગથી હાલોલના પ્રસુતિ ગૃહ ખાતે અત્યાધુનિક બ્લડ સેન્ટરનું લોકાર્પણ કરાયું.#halol
પોલિકેબ કંપનીના સહયોગથી હાલોલના પ્રસુતિ ગૃહ ખાતે અત્યાધુનિક બ્લડ સેન્ટરનું લોકાર્પણ કરાયું.#halol