মৰিগাঁও জিলাৰ ভুৰাগাও এলেকাৰ মিচামাৰী চৰত এটা বাঘে চলোৱা সন্ত্ৰাসত সাতটাকৈ গৰু নিহত হোৱাৰ লগতে পাচটা গৰু আহত কৰিছিল।প্ৰায় ৬০/৬৫টা পৰিয়ালৰ লোকে বসবাস কৰা এই চৰ চাপৰিৰ ৰাইজৰ মাজত বাঘৰ আতংকৰ সৃষ্টি হৈছিল।আজি মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মাই মৰিগাঁও জিলা বন বিভাগক লগত লৈ চৰত যায় আৰু বাঘৰ সন্ধানত বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰা পৰিলক্ষিত হয়।চৰৰ সমগ্ৰ মজুৱা জুই লগাই দিয়া হয়।লগতে টেক্টৰ লগাই এফালৰপৰা পৰা চাফাই কৰা হয়।চৰৰ মানুহৰ সন্মুখত হঠাৎ এনে বাঘৰ সমস্যা তথা বিপদ অহাৰ লগে লগে জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই এক বৃহৎ বাহিনী লৈ চৰত যোৱাত চৰবাসীয়ে প্ৰশংসা কৰে।বাঘটো ওৰাংৰ পৰা অহা বুলি সন্দেহ কৰা হৈছে। উল্লেখযোগ্য যে উপায়ুক্ত দেৱাশিষ শৰ্মা আৰু বন বিষয়া গৰাকীয়ে বাঘৰ পদচিহ্ন পৰ্যবেক্ষণ কৰি বাঘটো কোনফালে গৈছে তাৰ নিৰক্ষন কৰে যদিও চৰটোৰ পৰা বাঘটো পলায়ন কৰাৰ সম্ভাৱনা আছে বুলি অনুমান কৰা হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सब कुछ बहा ले गई नदी, मंदिर देख बदल लिया रास्ता ! Panchvaktra Temple Viral Video | Himachal Floods
सब कुछ बहा ले गई नदी, मंदिर देख बदल लिया रास्ता ! Panchvaktra Temple Viral Video | Himachal Floods
હળવદના કોયબા ઢવાણા પાટીયા પાસે અકસ્માત એકનું મોત
આ અંગેની જાણવા મળતી માહિતી મુજબ ધાંગધ્રા - હળવદ હાઈવે પર ઢવાણા ગામ ના પાટીયા પાસે ધાંગધ્રા તરફથી...
#জামুগুৰিহাটৰ নেমু ৰপ্তানি হ'ব সুদূৰ নেদাৰলেণ্ডলৈ।
#নেমু খেতি পৰিদৰ্শন কৰি গ'ল বিদেশী প্ৰতিনিধিয়ে।
অসম তথা জামুগুৰিহাটবাসীৰ বাবে সু-খবৰ!সকলো ঠিকে থাকে থাকিলে হয়তু অতি কম দিনৰ ভিতৰত জামুগুৰিহাটত...
भाजपा-कांग्रेस की लड़ाई में फंस सकती है देवेगोड़ा परिवार की राजनीति, कर्नाटक में त्रिकोणीय संघर्ष का इतिहास
नई दिल्ली, कर्नाटक विधानसभा के अप्रैल-मई में होने वाले चुनाव के लिए इस बार कांग्रेस और...
જંગવડ પાસે ફોર વ્હીલર અને એકટીવા વચ્ચે અકસ્માત સર્જાયો
જંગવડ પાસે ફોર વ્હીલર અને એકટીવા વચ્ચે અકસ્માત સર્જાયો