নলবাৰী জিলা সাংবাদিক সন্থাৰ উদ্যোগত আৰু ঘগ্ৰাপাৰ প্ৰেছক্লাৱৰ সহযোগত দেওবাৰে স্থানীয় শ্ৰীশ্ৰী হৰিমন্দিৰ প্ৰাংগনত আয়োজিত সাংবাদিক কৰ্মশালাত সমল ব্যক্তি হিচাবে উপস্থিত থাকি কৰ্তব্যৰত সাংবাদিক সকলক উদ্দেশ্যি বিশিষ্ট সাংবাদিক নন্দন প্ৰতীম শৰ্মা বৰদলৈয়ে দিয়া মননশীল ভাষন৷
উল্লেখ্য যে জ্যেষ্ঠ সাংবাদিক ৰমেন কলিতাৰ সঞ্চালনাত অনুষ্ঠিত উক্ত কৰ্মশালাত দৈনিক অসমৰ কাৰ্য্যবাহী সম্পাদক দিলীপ মহন্তই ও সাংবাদিকৰ কৰণীয় কাম আৰু ভাষা তথা শব্দৰ গাঠনিৰ ওপৰত তাৎপৰ্যপূৰ্ণ বক্তব্য দিয়ে৷কৰ্মশালাত নলবাৰী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অংশগ্ৰহণ কৰি শুভেচ্ছা মূলক বক্তব্য দিয়ে৷