ডিব্ৰুগড়ৰ লাহোৱালত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা। লাহোৱাল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ক'ভিড ভেকচিনৰ তৃতীয় পালি প্ৰদানৰ বাবে ৰাইজক সজাগ কৰাৰ লগতে স্বাস্থ্য কৰ্মী সকলক সকলো ৰাইজক ভেকচিন প্ৰদান কৰিবলৈ আহ্বান জনায়। ঝাৰখণ্ডত চৰকাৰ ভঙা-পতাত অসমৰ মুখ্যমন্ত্ৰী জড়িত থকা বুলি উত্থাপিত অভিযোগৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাজ্যিক বিজেপিৰ সভাপতিৰ। ঝাৰখণ্ড চৰকাৰ ভঙা পতাক লৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা সিদ্ধহস্ত নহয় বুলি মন্তব্য। নিজৰ মাজত সংঘটিত বিসম্বাদক লৈ অসমৰ মুখ্যমন্ত্ৰীক সাঙুৰি লোৱা কাৰ্য সমৰ্থনযোগ্য নহয়। ঝাৰখণ্ডত নিজৰ নিজৰ দল নিজে ঠিক কৰক বুলিও মন্তব্য ভৱেশ কলিতাৰ। অনুষ্ঠানত লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, জিলা বিজেপিৰ সভাপতি জগদীশ ৰাজকোঁৱৰ, ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাৰ লগতে দলৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শক্তি উত্তোলন প্ৰতিযোগীতাত অংশ ল'বলৈ নিৰ্বাচিত হ'ল মৰাণৰ অনুৰণন গগৈ
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শক্তি উত্তোলন প্ৰতিযোগীতাত অংশ ল'বলৈ নিৰ্বাচিত হ'ল মৰাণৰ অনুৰণন গগৈ
જેતપુર પેઢલા ગામના ગોકુલ નગર સોસાયટી ના રહીશો નો પાણી રસ્તા લાઈટ બાબતે નોંધાવ્યો વિરોધ
જેતપુર પેઢલા ગામના ગોકુલ નગર સોસાયટી ના રહીશો નો પાણી રસ્તા લાઈટ બાબતે નોંધાવ્યો વિરોધ
પિઠાઈ માં મહોરમ પર્વની ઉજવણી કરવા માં આવી.
ખેડા જિલ્લા ના કઠલાલ તાલુકા ના પિઠાઈ ગામ માં મોહરમ તાજિયા હજરત ઇમામ હુસેન ની યાદ માં તાજિયા ની...
350 एकड़ जमीन में फैला हुआ है राष्ट्रपति भवन, 340 कमरे और चांदी का सिंहासन
द्रौपदी मुर्मू देश की 15वीं राष्ट्रपति बन गई हैं। वह देश की दूसरी और आदिवासी समाज से पहली महिला...
গোলাঘাট সমন্বয় ক্ষেত্ৰত ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে কৃষি মন্ত্ৰী অতুল বৰাই।
গণৰাজ্য দিৱস উপলক্ষে গোলাঘাটত কৃষি মন্ত্ৰী অতুল বৰাই উত্তোলন কৰিলে ত্ৰিৰংগ পতাকা সমগ্ৰ দেশৰ লগতে...