কাকতিবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৰৎ শইকীয়াক নিলম্বন।চৰাইদেউ জিলাৰ কাকতিবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৰৎ শইকীয়াক নিলম্বন।কৰ্তব্যত গাফিলতিৰ অভিযোগত আৰক্ষীৰ ঊৰ্ধতন কৰ্তৃপক্ষই নিলম্বন কৰে শৰৎ শইকীয়াক।উল্লেখযোগ্য যে শনিবাৰে কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত জাপিধৰাত কলেজীয়া ছাত্ৰীক দুৰ্বৃত্তই আক্ৰমণ কৰি ঘৰৰ পাছফালে পেলাই থৈ যোৱা ঘটনাত কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগ বিষয়াগৰাকীৰ বিৰুদ্ধে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસા તાલુકાના માલગઢ ગામે માજિસા માતાના મંદિરે તેરસની ભવ્ય ઉજવણી
*ડીસા તાલુકાના માલગઢ ખાતે માજીસા માતાના મંદિરે તેરસની ભવ્ય ઉજવણી કરવામાં આવી*
*નેડિયા...
जिसकी जितनी संख्या भारी,उसकी उतनी भागीदारी@news23marathi
जिसकी जितनी संख्या भारी,उसकी उतनी भागीदारी@news23marathi
આમ આદમી પાર્ટી બોટાદ જિલ્લા મહિલા મોર્ચા દ્વારા રક્ષાબંધન ઉજવણી કરવામાં આવી
આમ આદમી પાર્ટી બોટાદ જિલ્લા મહિલા મોર્ચા દ્વારા રક્ષાબંધન ઉજવણી કરવામાં આવી
Uttarkashi Tunnel News:मजदूरों के रेस्क्यू का अभी भी इंतजार, जानिए ग्राउंड पर क्या आ रहीं दिक्कतें?
Uttarkashi Tunnel News:मजदूरों के रेस्क्यू का अभी भी इंतजार, जानिए ग्राउंड पर क्या आ रहीं दिक्कतें?