কাকতিবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৰৎ শইকীয়াক নিলম্বন।চৰাইদেউ জিলাৰ কাকতিবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৰৎ শইকীয়াক নিলম্বন।কৰ্তব্যত গাফিলতিৰ অভিযোগত আৰক্ষীৰ ঊৰ্ধতন কৰ্তৃপক্ষই নিলম্বন কৰে শৰৎ শইকীয়াক।উল্লেখযোগ্য যে শনিবাৰে কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত জাপিধৰাত কলেজীয়া ছাত্ৰীক দুৰ্বৃত্তই আক্ৰমণ কৰি ঘৰৰ পাছফালে পেলাই থৈ যোৱা ঘটনাত কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগ বিষয়াগৰাকীৰ বিৰুদ্ধে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গোৰেশ্বৰ মহাবিদ্যালয়ৰ ঊনপঞ্চাশ সংখ্যক বৰ্ষপূৰ্তি তথা ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
গোৰেশ্বৰ মহাবিদ্যালয়ৰ ঊনপঞ্চাশ সংখ্যক বৰ্ষপূৰ্তি তথা ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
Share Market Fall | Final Trade में कहां दिखा एक्शन, कल कहां मिलेगा अच्छा मौका? | CNBC Awaaz
Share Market Fall | Final Trade में कहां दिखा एक्शन, कल कहां मिलेगा अच्छा मौका? | CNBC Awaaz
शेतकऱ्यांच्या पिकाचे तात्काळ पंचनामे करा! गुंदेकर@india report
शेतकऱ्यांच्या पिकाचे तात्काळ पंचनामे करा! गुंदेकर@india report
হৰি নামেৰে মুখৰিত ঔবাৰী শনি মন্দিৰ#news24update #nagaranaam #nagaranam#news #views #assamessnaam
হৰি নামেৰে মুখৰিত ঔবাৰী শনি মন্দিৰ#news24update #nagaranaam #nagaranam#news #views #assamessnaam