লেঙেৰী উচ্চতৰ মাধ্যমিক বিদদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত নিশা অংশ ল'লে টিং খাঙৰ।বিধায়ক তথা মন্ত্ৰী বিমল বড়াই। তিপি দিনীয়া বৰ্ণাধ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হ'ল টিংখাঙ বিধান।সভা সমষ্টিৰ অন্তৰ্গত লেঙেৰী উচ্চতৰ মাধ্যমিকবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষ।
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं
২৭ অক্টোবৰৰ পৰা অনুষ্ঠিত হোৱা হীৰক জয়ন্তীৰ শনিবাৰে নিশা সামৰণি পৰে। হীৰক জয়ন্তী উপলক্ষে হোৱা মুকলি সভাত অংশ।গ্ৰহন কৰে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বড়াই। প্ৰথম দিনৰ কাৰ্য্যসূচীত উপস্থিত থকা মন্ত্ৰী গৰাকীয়ে হঠাতে ৰাজ্যৰদুগৰাকী স্বনাম ধন্য শিল্পীৰ দেহাৱসান ঘটাত টিংখাঙৰ সকলো কাৰ্য্যসূচী বাতিল কৰি গুৱাহাটীলৈ ৰাওনা হ'ব লগাহয়।
ইয়াৰ পিছতেই শনিবাৰে নিশাই টিংখাঙত উপস্থিত হৈ লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ সামৰনি অনুষ্ঠানত অংশ।গ্ৰহন কৰি মন্ত্ৰী গৰাকীয়ে ৰাইজক সম্বোধনকৰাৰ লগতে তিনিদিনীয়া বৰ্ণাধ্য কাৰ্য্যসূচীৰ সফলভাৱে অনুষ্ঠিত কৰাৰ বাবে বিদ্যালয় কতৃপক্ষৰ লগতে সকলো ৰাইজকে সহযোগ কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে।