এযোৰা নহয় দোযোৰা নহয় একেলগে বিবাহত বহিল 588 যোৰা দৰা কইনা । বুধবাৰে লখিমপুৰ চহৰৰ ত্যাগ ক্ষেত্ৰত অনুষ্ঠিত হল সামূহিক বিবাহ । জিলা খনৰ বিভিন্ন প্ৰান্তৰ 588 যোৰা দৰা কইনা সামাজিক ভাবে বান্ধ খালে বৈবাহিক বান্ধোনত । লক্ষীমপুৰ জিলা বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত আৰু উত্তৰা খণ্ডৰ Hans Foundation ৰ সহযোগত অনুষ্ঠিত হল এই সামুহিক বিবাহ । বৈদিক আৰু বিধিপাঠ এই দুয়োটা পদ্ধতিৰেই চলিল বিবাহৰ কাৰ্য্যসূচী। বিবাহ স্থলীত চলিল জাউৰীয়ে জাউৰীয়ে বিয়ানাম। চলিল ভোজ ভাত ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पुलिस पेंच ग्राउंड स्थिति चंद्रप्रकाश स्टेडियम में 5 दिवसीय योग शिविर का शुभारंभ हुआ
दसवें अंतरराष्ट्रीय योग दिवस आयोजन की श्रृंखला में मनाये जा रहे योग सप्ताह के तहत आज बूंदी के...
ધો્લ માં 5000રાજપૂત યુવાનો રચસે ઈતિહાસ
ધ્રોલની ઐતિહાસિક ભુમી પર રચાશે ઈતિહાસ
પાંચ હજાર રાજપૂત યુવાનો તલવાર રાસ રજુ કરશે
ભુચરમોરી...
বিভিন্ন প্ৰান্তৰ লগতে মহালয়া উপলক্ষে লাওঁখোৱাতো পুৱাৰ ভাগত উলাই আহিল শ শ ভক্তপ্ৰাণ ৰাইজ।
বিভিন্ন প্ৰান্তৰ লগতে মহালয়া উপলক্ষে লাওঁখোৱাতো পুৱাৰ ভাগত উলাই আহিল শ শ ভক্তপ্ৰাণ ৰাইজ।
WWDC 2024: Apple का इवेंट AI को लेकर हो सकता है खास, कंपनी कर सकती है 6 बड़े एलान
WWDC 2024 इवेंट 10 जून को शुरू होने जा रहा है। कंपनी ने जानकारी दी है कि यह इवेंट (Apple WWDC...