অসমীয়া চিনেমা উদ্যোগটোৰ সন্দৰ্ভত আজি সোণাৰিত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় অভিনেতা নয়ন নীলিমে। বন্ধু চিনেমাৰ প্ৰচাৰৰ বাবে সোণাৰিলৈ অহা অভিনেতা গৰাকীয়ে আগবঢ়ালে বহুকেইটা মন্তব্য।