বৰহাট মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান।বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে সামৰণিি

বৃহত্তৰ বৰহাট অঞ্চলটোৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান বৰহাট ভৱানী প্ৰসাদ বৰুৱা মহাবিদ্যালয়। এই মহাবিদ্যালয় খনৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তীৰ সমাৰোহৰ সামৰণি অনুষ্ঠানটো দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ অন্ত পৰে। দ্বিতীয় দিনাৰ প্ৰথম কাৰ্যসূচী বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হৈছে। শোভাযাত্ৰা শুভ উদ্বোধন কৰে অধক্ষ ফণিন্দ শইকীয়াই।উদ্ধোধন অনুষ্ঠানত অংশগ্ৰহণ কৰে সাংসদ তপন গগৈয়ে।