মিঞা মিউজিয়াম প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী যোগেন মহনে। মিঞাৰ আগ্ৰাসন বৃদ্ধি পাইছে বুলি মন্তব্য কৰি তেখেতে কয় কোনো শক্তিয়েই অসমীয়া জাতিৰ সংস্কৃতি, পৰম্পৰাক নিশেষ কৰিব নোৱাৰে।অসমীয়া মানুহ এতিয়া সজাগ হৈছে।মিঞা মিউজিয়াম কিয় লাগে তাৰ যুক্তি তথা সম্পদ সমূহৰ বিষয়ে আদালতত অৱগত কৰক।