ডিব্ৰুগড় জিলা বিজেপি কাৰ্যালয়ত আজি এখন বুথ সশক্তিকৰণ পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হয়। বুথ পৰ্যায়ত দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে শেহতীয়াকৈ বুথৰ সাংগঠনিক কাম-কাজৰ সন্দৰ্ভত পৰ্যালোচনা কৰে। সভাপতি ৰাজ্যিক বিজেপিৰ বুথ সশক্তিকৰণৰ সহ আহ্বায়ক কিশোৰ উপাধ্যায়, ডিব্ৰুগড় লোকসভাৰ বুথ সশক্তিকৰণৰ আহ্বায়ক ইন্দ্ৰ গগৈ, ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি ডাঃ চৈকত পাত্ৰ উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
উত্তৰপ্ৰদেশত বিগত ২৪ ঘণ্টাৰ পৰা ব আবদ্ধ হৈ আছে এটিয়াও বহুলোক।
উত্তৰপ্ৰদেশত বিগত ২৪ ঘণ্টাৰ পৰা বহু অঞ্চলত প্ৰচণ্ড বৰষুণৰ ফলত বহু স্থান বানৰ সাক্ষীহৈ ৰৈছে।...
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে অহা পৰ্য্যটকে নিচেই কাষৰ পৰা বাঘ দেখাৰ সৌভাগ্য হৈছে
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে অহা পৰ্য্যটকে নিচেই কাষৰ পৰা বাঘ দেখাৰ সৌভাগ্য হৈছে
ৰোগী আনিবলৈ গৈ বিপদত পৰিল ১০৮ মৃত্যুঞ্জয়।
L
🔴 ৰোগী আনিবলৈ গৈ বিপদত পৰিল ১০৮ মৃত্যুঞ্জয়।
🔴 পথৰ দুৰৱস্থাৰ বাবেই ৰোগী আনিবলৈ গৈ খালত পৰিল ১০৮।...
PM दौरे के मद्देनजर Hemant Soren की चॉपर उड़ान में हुई थी देरी, JMM ने राष्ट्रपति को लिखा पत्र
PM दौरे के मद्देनजर Hemant Soren की चॉपर उड़ान में हुई थी देरी, JMM ने राष्ट्रपति को लिखा पत्र
অসম সাহিত্য সভা ষষ্ঠসপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিবেশনৰ বাবে ধলপুৰত প্ৰথম বৰঙনি সংগ্ৰহ
অসম সাহিত্য সভা ষষ্ঠসপ্ততিতম পূৰ্ণাংগ অধিবেশন এইবাৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অনুষ্ঠিত কৰা...