ডিব্ৰুগড় জিলা বিজেপি কাৰ্যালয়ত আজি এখন বুথ সশক্তিকৰণ পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হয়। বুথ পৰ্যায়ত দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে শেহতীয়াকৈ বুথৰ সাংগঠনিক কাম-কাজৰ সন্দৰ্ভত পৰ্যালোচনা কৰে। সভাপতি ৰাজ্যিক বিজেপিৰ বুথ সশক্তিকৰণৰ সহ আহ্বায়ক কিশোৰ উপাধ্যায়, ডিব্ৰুগড় লোকসভাৰ বুথ সশক্তিকৰণৰ আহ্বায়ক ইন্দ্ৰ গগৈ, ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি ডাঃ চৈকত পাত্ৰ উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
How To Boost Testosterone - Explained By Top Urologist Dr. Rajesh Taneja
How To Boost Testosterone - Explained By Top Urologist Dr. Rajesh Taneja
সাৱধান,দুৰ্নীতিৰ বিৰোধিতা নকৰিব ,বিৰোধিতা কৰিলেই পাব শাস্তি
*ৰাজনৈতিক ক্ষমতাৰে গদগদ সমবায় সচিব প্ৰদীপ চমুৱাৰ চৰম মইমতালি*
*শ শ কুইণ্টল...
দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ সামৰণি অনুষ্ঠানৰ লাইখুটা স্থাপন
সম্প্ৰীতিৰ বাৰ্তাৰে আজি চৰাইদেউৰ দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ সামৰণি...
আৰক্ষীৰ জিম্মাৰ পৰা হেণ্ডকাফসহ পলায়ন কৰা কুখ্যাত চোৰক পুনৰ আটক।
আৰক্ষীৰ জিম্মাৰ পৰা হেণ্ডকাফসহ পলায়ন কৰা কুখ্যাত চোৰক পুনৰ আটক।কৰিমগঞ্জৰ আৰক্ষী চকীৰ পৰা পলায়ন...
एपेक्स बैंक एमडी के ठिकानों पर एसीबी की रेड, जयपुर-जोधपुर से लेकर झुंझुनूं तक सर्च
जयपुर। भ्रष्टाचार निरोधक ब्यूरो (ACB) राजस्थान में अलग-अलग विभागों में भ्रष्ट अधिकारियों के खिलाफ...