দীঘলীয়া জল্পনা-কল্পনা, যুৱ নেতা-কৰ্মীৰ দীৰ্ঘদিনৰ দাবীৰ পিছত সোমবাৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী ড° অংকিতা দত্তই অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰশাসনিক সম্পাদক অংকুৰ দাসৰ উপস্থিতিত নিযুক্তি প্ৰদান কৰে পূৰ্বৰ লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দীপাংকৰ দাসক ১১২ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ যুৱ কংগ্ৰেছৰ নতুন সভাপতি হিচাপে ৷ ভাৰতীয় জাতিয় কংগ্ৰেছ দলক জনমুখী আৰু সাৰ্বজনীন কৰি তোলাৰ স্বাৰ্থত দলৰ প্ৰধান আৰু শক্তিশালী অংগ স্বৰূপ প্ৰদেশ যুৱ কংগ্ৰেছ সমিতি সমূহৰ সাংগঠনিক ভেঁটি সবল কৰণত আত্মনিয়োগ কৰি আহিছে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি ড০ অংকিতা দত্তই । ইপিনে প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি ড০ দত্তই যুৱ শক্তি মহা শক্তি হিচাবে গণ্য কৰি ৰাজ্যখনৰ ব্লক যুৱ কংগ্ৰেছ সমিতিসমূহ শক্তিশালী নেতৃত্বৰে পুনৰগঠনৰ বাবে যুৱ কংগ্ৰেছ সমিতি সমূহ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰা দেখা গৈছে। নৱনিযুক্ত সমষ্টিৰ যুৱ কংগ্ৰেছৰ নতুন সভাপতি দাসে দল আৰু যুৱ কংগ্ৰেছৰ নীতি আদৰ্শ সৰোগত কৰি দলৰ সকে আগন্তুক দিনবোৰত নিষ্ঠাৰে গুৰুত্ব সহকাৰে ৰাজনৈতিক বাতাবৰণ সৃষ্টিত ঢকুৱাখনাবাসীৰ সহযোগিতা আৰু পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছে ৷ আনহাতে ঢকুৱাখনা বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত সভাপতি দীপাংকৰ দাসক লক্ষিমপুৰ জিলা লগতে ঢকুৱাখনা মহকুমা যুৱ কংগ্ৰেছ কমিটিয়ে শুভকামনা জ্ঞাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
स्वामी निगमानंदजी महाराज यांची तृतीय पुण्यतिथी.
रायमोहा/ प्रतिनिधी : शिरुर तालुक्यात श्री क्षेत्र मत्यसेंद्रगडचे ब्रम्हलिन गुरूवर्य स्वामी...
মানকাচৰত AIUDF দলত আৰম্ভ হৈছে খনন
মানকাচৰত AIUDF দলত আৰম্ভ হৈছে খনন।মানকাচৰৰ কুচনিমাৰাত প্রায় এক শতাধিক AIUDF কৰ্মী আনুষ্ঠানিক ভাৱে...
भूतपूर्व विद्यार्थी एवं आचार्य परिषद द्वारा शासकीय विज्ञान महाविद्यालय में “प्रतिभा सम्मान समारोह
भूतपूर्व विद्यार्थी एवं आचार्य परिषद द्वारा शासकीय विज्ञान महाविद्यालय में “प्रतिभा सम्मान...
કોંગ્રેસનો "બોલો સરકાર=2022" કાર્યક્રમ યોજાયો
#buletinindia #gujarat #kheda
દુધાળા નં 2 ગામે શ્યામ મિત્ર મંડળ દ્વારા મટકી ઉત્સવ સહિત ધાર્મિક કાર્યક્રમોનું આયોજન કરાયું
દુધાળા નં 2 ગામે શ્યામ મિત્ર મંડળ દ્વારા મટકી ઉત્સવ સહિત ધાર્મિક કાર્યક્રમોનું આયોજન કરાયું